Posts

Showing posts from 2017

এটি নিশা তুমি আৰু মই

মই ইয়াত তুমি ইয়াত আৰু আমাৰ মাজত আছে এটি দীঘলীয়া নিশা । মাথোঁ অপেক্ষা আৰম্ভণিৰ। তোমাৰ কোমল বুকুৰ পৰশ পাবলৈ মই ব্যাকুল। সাৱটি লবলৈ তোমাক। আহাঁ আগুৱাই আৰু নীৰৱতা ভাঙি বিচৰাহি মোৰ বুকুৰ উম। আউলি বাউলি তোমাৰ চুলিৰ মাজত মোৰ আঙুলিৰ পৰশ । মোৰ পিঠিত তোমাৰ নখৰ আঁচোৰ। ওঁঠৰ উষ্ম চুমা আঁকি দিয়া । নাৰাখিবা একো বান্ধোন। তুমি মই মিলি এক হওঁ এই নিশা । প্ৰিয়তমা মোৰ গভীৰ এই নিশা আৰু তাঁতকৈও গভীৰ আমাৰ প্ৰেম। ভাগৰি পৰিব সময় আমাৰ মিলনৰ মূহুৰ্তত। এটি দীঘলীয়া নিশা তুমি আৰু মই ।

শব্দ মোৰ মনৰ

শব্দৰ সন্ধানত এই নিস্তব্ধ নিশা । চাৰিওফালে কেৱল আন্ধাৰ আৰু নিশব্দতা। জোনাকৰ পোহৰ আছিল কিন্তু এতিয়া জানো কত লুকাল । আৱৰি ধৰিছে ঘন কঁলা মেঘে । ইমান শূন্যতা কিয় ? আহিবনে এজাক বৰষুণ ? হবনে ফৰকাল এই ৰাতি ? শব্দৰ সন্ধানত এই ৰাতি । নিশব্দতাই আৱৰি ৰাখিছে মোক । মনত আছে তোমাৰ মুখত শুনা গান । কিন্তু এতিয়া তুমি আছা দুৰিণীত আৰু মই আছোঁ অকলশৰে। শব্দৰ সন্ধানত এই ৰাতি । নিশব্দতাই অৱৰিছে মোৰ বুকু । হবনে ৰাতিপুৱা ? শুনিম নে সেই মধুৰ সুৰ ? আছোঁ ৰৈ পোহৰলৈ । নিশব্দে নীৰৱে ।

Mor Sotal

মোৰ আছে এখন শুকাই ফাট মেলা চোতাল বহু দিন হল এনেকৈ থকা । হয়তো আগন্তুক সময়তো তেনেকৈয়ে থাকিব । বহু দিনৰ পৰা তাৰ অপেক্ষা এজাক বৰষুণৰ। আগফালৰ শেৱালি জোপাওঁ লেৰেলী গৈছে । দিন ৰাতি একাকাৰ এটোপাল বৰষুণৰ অপেক্ষাত । এজাক পাতলীয়া বৰষুণ আহি ভিজাই গল তাক । মনত পেলাই গল সেউজীয়া দিনৰ সুমধুৰ স্মৃতি । ঠন ধৰি উঠিল শেৱালি জোপাওঁ। কিন্তু এয়া যে আছিল ক্ষন্তেকীয়া এজাক পাতলীয়া বৰষুণ । তাক লাগে এজাক নেৰানেপেৰা বৰষুণ পাবলৈ নতুন উৰ্বৰা । এজোপা তুলসী, এজোপা তগৰ আৰু এজোপা গোলাপ । এখন সম্পূৰ্ণ চোতাল ।

পৰশ তোমাৰ

অসীমৰ মাজত আবদ্ধ মই নিজকে বিচাৰি ফুৰিছো ভুগিছোঁ মইহীনতাত মই আছোঁ ৰৈ মোৰ বাবে মোক লাগে অলপ পোহৰ নিজৰ সন্ধান পাবলৈ তুমি আহিছা এগছি চাকি লৈ মোৰ আন্ধাৰ জীৱনত পাম জানো মই তোমাৰ পৰশ থাকিবা জানো তুমি মোলৈ ৰৈ মই বিচাৰি পাইছো নিজকে তোমাৰ মাজত পাইছো এক নতুন আশা এতিয়া মোৰ অসীমৰ যাত্ৰা গুচাই সকলো বান্ধোন উৰিবলে মন অসীমলৈ মাথো লাগে তোমাৰ পৰশ তোমাৰ পৰশ ।

তোমাৰ অপেক্ষাত

তুমি মোৰ বাবে আছা নে ৰৈ ? তোমাৰ পৰশ পাবলৈ ব্যাকুল মোৰ মন । মনক বুজাব মোৰ ভাষা নাই । আছে মাথো তোমাৰ স্মৃতি । তোমাৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্ত বোৰৰ টোপোলা আছে মোৰ স্মৃতিৰ বুকুত । হাতত হাত থৈ পাৰ কৰা গধূলি । তোমাৰ ওঁঠৰ পৰশ মোৰ ওঁঠত। মোৰ দুবাহুৰ মাজত তোমাৰ আত্মসমৰ্পণ । তুমি আছা দূৰৈত মোৰ অপেক্ষাত ৰৈ । এদিন দুদিন আৰু বহুদিন । মোৰো একেই অপেক্ষা । মনত আছে নে সেই চিপচিপিয়া বৰষুণৰ দিনটো ? এটা ছাতিৰ তলত দুয়ো ভিজা । ভিজা ভিজা অনুভৱৰ মাজত দুয়োৰে মিলন । আপোন পাহৰা সময় । আকৌ ভিজিব মন আছে । কিন্তু এইবাৰ ছাতিৰ অৱৰণৰ প্ৰয়োজন নাই । বিশাল আকাশক দেখুৱাব মন আছে আমাৰ মিলন । তুমি মোৰ বাবে আছা নে ৰৈ ?

The theory

If you are wondering why you are on earth and living a life that destined to end one day and move you to the unknown then here it goes. We are the part of the ultimate goal of the creator. Life is not a co incidence. It is destined. We find similarities among us. We are humans. We have similar appearance. But we are separate unit. We are bounded by time. Time is a dimension that makes us different from each other. We born. We live. We die. Story ends. That is not the whole story. It is just a part of that story. You will again born in some other place with some advanced capabilities and at the last part of the story you will become god. Separated from its origin and reached the extreme point. Now You have to come back to your origin. The rolling back story of you will start and the same thing will happen in some other ways. Finally you will reach your origin. The great ardha nariswar roop in hinduism is the unity of the opposites and becoming the one. In the j...

মাথো তোমাৰেই অপেক্ষা

অসীম আকাশৰ তলত মই এটি যাযাবৰ দিন যায় আৰু ৰাতি বিচাৰি নাপাওঁ আৰম্ভনি পথৰ মাজত আছোঁ ৰৈ ... অপেক্ষাৰত মন বিচাৰোঁ তোমাৰ পৰশ তুমিও আছা তোমাৰ পৰশও আছে মাথো মই নাই বিচাৰি পোৱা নাই মই পথ তোমালৈ । আঁতৰাই দিয়া সকলো প্ৰাচীৰ ছিঙি পেলোৱা বান্ধোন মই আছোঁ অকলশৰে মাথো তোমাৰেই অপেক্ষাত ।

Being with someone

Being with someone is a great feeling. You will get all the attention in this world. She will do everything that makes you happy. Time will flow so well that you will not have any idea about it. Years will seem like days. Your emotions will point only towards her. Her company makes you more comfortable than anything else in this world. You will try everything that takes you towards her. She will become your goal. You want her to be your destiny. She will become your emotion, your happiness, your joy. She is your world, peaceful, loving, and joyful. She is in your mind, you like her emotion, she makes your thought better, she becomes your energy and your body become more than healthy.

Few Clicks

Image

এজাক বৰষুণ

এজাক বৰষুণ কিমান ভাল লাগে বৰষুণৰ শব্দ । টিপ টিপ টোপাল বোৰ নিগৰি আহে আকাশৰ বুকুৰ পৰা । এয়া অকল পানীৰ টোপাল নহয় । হয় এক আশা। কেতিয়াবা টিপ টিপ, কেতিয়াবা জপ জপ । এজাক কিনকিনিয়া বৰষুণ । শুকান হৈ ৰোৱা মনত এক আশাৰ সঞ্চাৰ । ভিজাই যায় মোৰ দেহ । মোৰ মন । দি যায় এক বিশেষ সুখ । এক স্বৰ্গীয় অনুভৱ । কেতিয়াবা বৰষুণত ভিজি পাইছেনে ? কেতিয়াবা হঠাৎ অহা বৰষুণত উপায়ন্তৰ হৈ ভিজাৰ কথা সোধা নাই । মই সুধিছো কেতিয়াবা বৰষুণত ভিজি পাইছে নে ? এবাৰ ভিজি চাওক।  আপোন কৰি লওক বৰষুণ জাকক । ভয়াটোৰ আত্মাক মুক্তি দিয়ক । বৰষুণৰ পানীৰে নিজকে পৰিচয় কৰাওক । দেহৰ প্ৰতিটো কাণেৰে নিগৰিব দিয়ক । প্ৰতিটো অংগ চুই যাব দিয়ক । আঁকোৱালি লওঁক নিজক। ধুই পেলাওক নিজৰ স্বাভিমানক । ধুই পেলাওক নিজৰ ব্যক্তিত্বক । এক হৈ যাওক প্ৰকৃতিৰ লগত । তেতিয়া বিচাৰি পাব নিজক। নিজৰ অস্তিত্বক । এবাৰ বৰষুণত ভিজি চাওক । ভাল লাগিব ।

Isolated World(Part 2)

There were three basic things for survival. Those were food, shelter and cloth. They needed to have food and shelter for obvious reasons. But why cloths? Why they need to hide their private parts? The basic reason to hide their private parts was to prevent men from having sex all the time. Imagine men were surrounded by naked women. What will happen one can easily guess? But do you think wearing cloths can make a woman safe from men? No. Then why to wear clothes? They wear cloths to hide their imperfections. Few of them had perfect body structure and few were with flaws. Few were young and few were old. Few have perfect curves few were bulgy. Few were black and few were white. So now have an idea that those who were beautiful wanted to hide their beauty and those who were not wanted to hide their ugliness. First phase was to isolate the body.

Isolated World (Part 1)

From the beginning of time we are trying to isolate ourselves from other. No one really knows for what purpose one try to isolate itself from the rest of the world. There was a tendency then and that tendency still remains today. In the beginning they were naked, they were free, and they were free to do everything. They ate together, they slept together, and they worked together. Then to fight against natural disaster and wild animals they went for shelter. Everything was okay. They still were doing things together. But then they started to separate themselves. Either for food or for  shelter. Breaking down the family or tribe into smaller groups, started wearing leaves or animal skins. So what happened that we needed to wear leafs or skins?  There might be following reasons, Firstly to made themselves comfortable with the weather. Secondly to protect their private parts. First reason was obvious, as to fight with different weather conditions they needed someth...