এটি নিশা তুমি আৰু মই
মই ইয়াত তুমি ইয়াত আৰু আমাৰ মাজত আছে এটি দীঘলীয়া নিশা ।
মাথোঁ অপেক্ষা আৰম্ভণিৰ।
তোমাৰ কোমল বুকুৰ পৰশ পাবলৈ মই ব্যাকুল।
সাৱটি লবলৈ তোমাক।
আহাঁ আগুৱাই আৰু নীৰৱতা ভাঙি বিচৰাহি মোৰ বুকুৰ উম।
আউলি বাউলি তোমাৰ চুলিৰ মাজত মোৰ আঙুলিৰ পৰশ ।
মোৰ পিঠিত তোমাৰ নখৰ আঁচোৰ।
ওঁঠৰ উষ্ম চুমা আঁকি দিয়া ।
নাৰাখিবা একো বান্ধোন।
তুমি মই মিলি এক হওঁ এই নিশা ।
প্ৰিয়তমা মোৰ গভীৰ এই নিশা আৰু তাঁতকৈও গভীৰ আমাৰ প্ৰেম।
ভাগৰি পৰিব সময় আমাৰ মিলনৰ মূহুৰ্তত।
এটি দীঘলীয়া নিশা তুমি আৰু মই ।

Comments
Post a Comment